Thursday, 31 March 2022
Wednesday, 23 March 2022
সঠিক ঠাইত, সঠিক মানুহে, তোমাক সঠিক ভাবেই মূল্যায়ন কৰিব।
ভাল ফলাফল লৈ MA পাছ কৰা ল'ৰাজনক উপহাৰ দিবলৈ দেউতাকে ল'ৰাজনক এখন পুৰণা গেৰেজত লৈ গল।
এখন পুৰণা গাড়ী দেখুৱাই দেউতাকে কলে-জৰাজীর্ণ এই গাড়ীখন মই বহু বছৰ আগতে কিনিছিলো। এতিয়া এইখনৰ বহুত বয়স হ'ল ।তোমাৰ এই আনন্দময় মূহুৰ্তত এইখন মই তোমাক উপহাৰ হিচাপে দিব বিচাৰো।তাৰ আগতে তুমি এইখন বিক্ৰি কৰাৰ বাবে এখন গাড়ীৰ শ্বোৰূমলৈ যোৱা আৰু সোধা সিহঁতে এইখনৰ মূল্য কিমান দিয়ে।
ল'ৰাজনে গাড়ীৰ শ্বোৰূমৰ পৰা উভতি দেউতাৰ ওচৰলৈ আহি কলে-সিহঁতে গাড়ী খনৰ মূল্য এহেজাৰ ডলাৰ দিব বুলি কৈছে কাৰন এইখন দেখাত খুবেই জৰাজীর্ণ।
দেউতাকে কলে-এতিয়া এইখনক এখন ভঙা-চিঙা ডেম্পলৈ লৈ যোৱা আৰু সুধা সিহঁতে কিমান দিব বুলি কয়!
ভঙা-চিঙা ডেম্পৰ পৰা উভতি আহি কলে-এইখন বহুত পুৰণা গাড়ী বুলি ইয়াৰ মূল্য ১০০ দিব বুলি কয়।তাৰ পিছত দেউতাকে এখন গাড়ীৰ ক্লাৱত গৈ গাড়ীখন দেখুৱাবলৈ কয়।ফুৰ্টিৰে সৈতে ল'ৰাজনে গাড়ীৰ ক্লাৱৰ পৰা আহি আহি দেউতাক'ক কলে- ক্লাৱত কিছুমানে খুবেই কৌতূহল হৈ গাড়ীখন পৰ্য্যবেক্ষণ কৰিলে আৰু ইয়াৰ বাবে এক লাখ ডলাৰ অফাৰ কৰিছে।যিহেতু এইখন এখন Nissan Skyline R34, এখন আইকনিক গাড়ী।
তেতিয়া দেউতাকে ল'ৰাজনক কলে-সঠিক জেগাত, সঠিক মানুহে, তোমাক সঠিক ভাবেই মূল্যায়ন কৰিব। আৰু যদি কৰবাত তোমাক মূল্যায়ন কৰা নহয়, তেনেহলে খং নকৰিবা। বুজি লবা তুমি ভুল জেগাত আছা। সেই সকলেই তোমাৰ মূল্য দিব, যিসকলৰ নিজৰ মাজত মূল্যবোধ আছে, গুণ ও গুণীৰ মৰ্ম উপলব্ধি কৰাৰ দৰে যোগ্যতা আছে। এনে জেগাত কেতিয়াও নাথাকিবা যত তোমাক প্রকৃত মূল্যায়ন কৰাৰ যোগ্য মানুহৰ খুবেই অভাৱ।
Saturday, 19 March 2022
Friday, 18 March 2022
Friday, 4 March 2022
Subscribe to:
Posts (Atom)
-
নাৰী এখন সমাজৰ সংস্কৃতি প্রবাহৰ মূল চালিকা শক্তি। নাৰী হৈছে সমাজৰ আধাৰ শক্তি। ভগৱানে মানৱ সৃষ্টিৰ পবিত্র দায়িত্ব মাতৃ জাতিক অর্পণ কৰিছে। সে...
-
ডকাইতৰ ৰূপত দুজন পুলিচ সুমন দত্ত, ডিব্ৰুগড় চখ থকা হ'লে বিলত ধৰা বৰালি মাছ দুটা ঘৰতে বহি তেওঁ আনন্দ মনেৰে পৰিয়ালৰ সৈতে খালেহেতেন। মানুহ...
-
নৱ কুমাৰ বৰা আজিৰ গন্তব্য স্থান আছিল "চাচনী মেৰবিল " |ৰাতিপুৱা তিনি বজাতেই বৃহৎ আৰক্ষী ...
-
এয়া কিমান ভয়ংকৰ কাণ্ড এই ভিডিঅ' চাওক আৰু দোষীয়ে শাস্তি পাবৰ বাবে সকলোৱে শ্বেয়াৰ কৰক। This post is updated by Tultul Kutum
-
💙💙 অভিজ্ঞতাৰ দুশাৰীমান 💙💙 ড° চন্দনা মেধি দাস হয়তো মানুহৰ সমগ্ৰ জীৱন টোৱেই বিভিন্ন অভিজ্ঞতাৰ সমাহাৰ। তাৰ ভি...
-
জনহিত জন সেৱাৰ্থে ----------------------------------- LAWS ON ARREST পুলিচৰ গ্ৰেপ্তাৰ ক্ষমতা --------------------------------- PROVISIONS IN...
-
মিচিং সমাজত নাৰী বিউটি পেগু, যোৰহাট, গড়মূৰ মিচিং সমাজত পুৰুষৰ সমানেই নাৰীয়ে স্থান অধিকাৰ কৰি আহিছে | ঘৰ এখন সুচাৰু ৰূপে পৰিচাল...
-
মিচিং জাতিৰ গুঃমৃন বা পূৰ্বপুৰুষ সকল ১) বমিঃ ২) বকি, ৩) বজু, ৪) বনুং, ৫) বজুম ৫) জঃব ৬) জঃতুৰ ৭) কেবু ৮) বৰাং ৯) কেঃদ' ১০) ক...
-
জনজাতি সমাজত নাৰী বিউটি পেগু, যোৰহাট, গড়মূৰ জনজাতীয় সমাজত নাৰী বহু পৰিমাণে মুক্ত আছিল। মুক্ত মানে ব্যভিচাৰ,অত্যাচাৰী আদি বিশেষণবোৰ...