মিচিং সকলৰ দৈৱ প্ৰদত্ত তৰোৱাল য়কচা
আহোম সকলৰ হেংদানৰ দৰেই "য়কচা" মিচিং সকলৰ জাতীয় অস্ত্ৰ। ই দেখাত সম্পূৰ্ণ সাধাৰণ তৰোৱাল দৰেই। কথিত আছে যে "য়কচা" দৈৱিক অশীৰি আত্মাই মিচিং সকলক প্ৰদান কৰিছিল। মিচি জনগোষ্ঠীৰ পূৰ্বসূৰী সকলে য়কচা ধাৰণ কৰি পৰম বীৰত্বই লাভ কৰা নাছিল। লগতে লাভ কৰিছিল- বৰ্তমান, অতীত আৰু ভবিষ্যত দৰ্শন কৰিব পৰা আধ্যাত্মিক শক্তি।
No comments:
Post a Comment