বহুতো গুণেৰে সমৃদ্ধ অমৰলতাত বা গিলয়ত কেলচিয়াম,প্ৰ'টিন, ফচফৰাচ, এণ্টিঅক্সিডেণ্ট, এণ্টি এজিং, এণ্টি ভাইৰেল আদি থাকে।
অমৰলতা খালে পেটৰ বা শৰীৰৰ অলাগতিয়াল পদাৰ্থ বাহিৰ হয়, স্মৃতি শক্তি, দৃষ্টি শক্তি আৰু চালৰ উজ্জ্বলতা বৃদ্ধি হয়। মেদবহুলতা, হৃদযন্ত্ৰ, যকৃত, ৰ্চদি, জ্বৰ, কাহ, এচিডিতি, অৰুচি, অভোক, উগাৰ, বমিভাৱ, বদহজম আৰু মেলেৰিয়াৰ বাবেও অমৰলতা অত্যন্ত উপকাৰী।
No comments:
Post a Comment